মুখ্য-পৃষ্ঠা

৩১ জুলাইলৈকে বৃদ্ধি লকডাউন!

asomiyapratidin
  • ৩১ জুলাইলৈকে বৃদ্ধি কৰা হৈছে লকডাউন।
  • কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন বৃদ্ধি কৰা হৈছে।
  • ইয়াৰ পূৰ্বে ৩১ জুলাইলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল।
  • পশ্চিমবংগ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।
  • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সৰ্বদলীয় বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।