মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী…

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সন্ত্ৰাসবাদী আৰু সেনা বাহিনীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত ৫টা সন্ত্ৰাসবাদী।
  • সন্ত্ৰাসবাদ বিৰোধী এই অভিযানত প্ৰাণ হেৰুৱাই তিনিজনকৈ সেনা জোৱানে।
  • উল্লেখ্য যে, ৩দিন ধৰি অব্যাহত আছে এই অভিযান।
  • যোৱা ২৪ ঘণ্টাত মুঠ ৯টা সন্ত্ৰাসবাদী নিহত হৈছে।
  • লগতে গ্ৰেপ্তাৰ কৰা হৈছে ৪টা সন্ত্ৰাসবাদীক।