- পশ্চিম বংগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সফল অভিযান ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ।
- গ্ৰেপ্তাৰ হৈছে অল কায়দাৰ ৪টাকৈ সন্ত্ৰাসবাদী।
- লিউ য়িন আহমদ, আবু ছুফিয়ান, মোছৰাফ হুচেইন আৰু মুৰৰ্ছীদ হছন হৈছে সন্ত্ৰাসবাদীকেইটাৰ নাম।
- বিগত কেইবাদিনো ধৰি সংস্থাটোৱে চলাই আছিল এই অভিযান।