- ১৯ ডিচেম্বৰত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বাওপন্থী ৰাজনৈতিক দলসমূহে।
- নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে সাব্যস্ত কৰিব এই প্ৰতিবাদ।
- ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে এয়া বিজেপিৰ ক্ষমতাকেন্দ্ৰিক চক্ৰান্ত আখ্যা বাওপন্থী দলসমূহৰ।
- আনহাতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি এনআৰচি প্ৰস্তুত কৰাৰ ঘোষণা কৰা কাৰ্যকো সমালোচনা কৰে বাওপন্থী দলসমূহে।