সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ দিশে NDA১২৩খন আসনত অগ্ৰগতি NDAৰ।ইয়াৰ বিপৰীতে ১১১খন আসনত আগবাঢ়ি আছে মহামিত্ৰজোঁট।উল্লেখ্য যে, নিশা ১১.৫০বজালৈ ১৯৪খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। এককভাৱে আৰ জে ডিয়ে লাভ কৰিছে সবাতোকৈ বেছি আসন।আৰ জে ডিয়ে লাভ কৰিছে ৬২ আসন।