NHPC
NHPC  
মুখ্য-পৃষ্ঠা

পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ডাইভাৰছন টানেলৰ ইনটেক্ট পইণ্টত ভূমিস্খলন...

Asomiya Pratidin
  • পুনৰ আন এক অঘটন সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত।

  • গেৰুকামুখ প্রকল্পৰ ডাইভাৰছন টানেলৰ ইনটেক্ট পইণ্টত হৈছে ভূমিস্খলন ।

  • কিছুদিন পূৰ্বেও এই টানেলটো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল।

  • ফলত বিধ্বস্ত হৈ পৰিছিল ডাইভাৰছন টানেল আৰু এটা পথ।

  • আজি পুনৰ ভূমিস্খলন সংঘটিত হোৱাৰ পিছতে সোৱণশিৰিত সৃষ্টি হৈছে ভয়ংকৰ ঢৌৰ।

  • উল্লেখ্য যে অৰুণাচলত বিগত কিছুদিন ধৰি অব্যাহত নেৰা-নেপেৰা বৰষুণ।

  • যাৰ বাবে সঘনে সৃষ্টি হৈ আছে ভূমিস্খলন।