- লামডিং প্ৰশাসনৰ জৰুৰী বৈঠক ।
- অহা বৃহস্পতিবাৰৰ পৰা লামডিঙ সকলো খোৱা গাখীৰ বন্ধ ৰখা সিদ্ধান্ত।
- আনফালে লামডিঙৰ গেলামাল দোকান সমূহ ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰ লৈ খোলাৰ নিৰ্দেশ ।
- ২বজাৰ পাছত যদি কোনো ব্যক্তিক দেখা পোৱা যায় তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব আৰক্ষীয়ে
- ব্যৱসায়ী সকলে চাউল আলুকে ধৰি জৰুৰী সামগ্ৰী দাম নিজাববীয়াকৈ বৃদ্ধি কৰিলে হ'ব কাৰাদণ্ড ৷
- সামগ্ৰী দাম বঢ়োৱা দোকানে হেৰুৱাব লাগিব ট্ৰেড লাইচেঞ্চ ।
- লামডিঙৰ বজাৰ তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰন ৰখা ওপৰত বৈঠক হয়।
- বৈঠকত উপস্থিত থাকে লামডিঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে লামডিঙ সমষ্টি বিধায়ক শিবু মিশ্ৰ, পৌৰসভাৰ সভানেত্ৰী , মাৰ্চেন্ট এচছিয়েচন, আৰু আসাম চেম্বাৰ অফ কমাৰ্চৰ সদস্য উপস্থিত থাকে ।
- লামডিঙৰ ৰাজপথত ইতিমধ্যে পৌৰসভাৰ তথা প্ৰশাসনে চতিয়ালে চেনিটাইজাৰ।