ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাৰ!পদযাত্ৰাৰে শেষকৃত্যৰ বাবে নশ্বৰ দেহ অনা হব নৱগ্ৰহলৈ।উল্লেখ্য যে, বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৰিছে শোক ব্যক্ত।