- কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ ।
- ভাৰত -ভূটান সীমান্তৰ লুংছুঙত এনকাউণ্টাৰ ।
- সংঘৰ্ষত নিহত দুজন যুৱক ৷
- নিহতদ্বয় ক্ৰমে জনক ব্ৰহ্ম আৰু জৌংসাৰ মুছাহাৰী ।
- ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটা পিষ্টল , আঠটা হেণ্ডগ্ৰেণেড আৰু আপত্তিজনক সামগ্ৰী ।
- যুৱক দুজন নৱগঠিত ULBৰ বুলি সন্দেহ কৰা হৈছে ।
- দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিছিল নৱগঠিত ইউএলবি য়ে ।
- পৃথক বড়োলেণ্ড গঠনৰ দাবীত দুদিন পূৰ্বে আত্মপ্ৰকাশ কৰি প্ৰেছবাৰ্তা যোগে নিজ স্থিতি ঘোষণা কৰিছিল নৱগঠিত ইউএলবিয়ে ।