মুখ্য-পৃষ্ঠা

অখিল গগৈ, জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দাবীঃ কৃষক মুক্তি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল…VIDEO

asomiyapratidin
  • কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল ।
  • কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা উপস্থিত থাকে সংবাদমেলত ।
  • বীৰ লাচিত সেনাৰ সচিব গিৰীশংকৰ গোস্বামী সংবাদমেলত উপস্থিত থাকে।
  • অখিল গগৈ, জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দাবী কৰে দুয়োটা সংগঠনৰ নেতৃত্বই।
  • সোমবাৰে গুৱাহাটী চচলত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট পালন কৰাৰ কথাও সদৰি কৰে সংবাদমেলত।
  • প্ৰতিবাদ দমনৰ বাবে চৰকাৰ কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে দুয়োটা সংগঠনে।