খেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক।সোণৰ পদৰ আঁজুৰি আনিলে অংকুশিতা বড়োয়ে।৬৪ কেজি মহিলা বক্সিং শাখাত এই পদক অৰ্জন অংকুশিতাৰ।হাৰিয়ানাৰ খেলুৱৈ মনিষাক পৰাভূত কৰিছে অংকুশিতাই।উল্লেখ্য যে, খেল ইণ্ডিয়াত পদকৰ তালিকাত ষষ্ঠ স্থানত আছে অসম।