মুখ্য-পৃষ্ঠা

সাবৰিমালা সুৰক্ষা কমিটীৰ ১২ ঘণ্টীয়া কেৰালা বন্ধৰ আহ্বান

asomiyapratidin
  • বৃহস্পতিবাৰে কেৰালা ৰাজ্যিক পৰিবহণ নিগমে স্তব্ধ ৰাখিছে যান-বাহন চলাচল।
  • বুধবাৰে কেৰালাৰ নিলাক্কাল বেছ কেম্পত কেএছআৰটিচিৰ বাছত আক্ৰমণ চলাইছিল প্ৰতিবাদকাৰীয়ে।
  • সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক কেন্দ্ৰ কৰি প্ৰতিবাদ কৰিছিল অগণন লোকে।
  • সবৰিমালা সুৰক্ষা কমিটীয়ে বৃহস্পতিবাৰে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায় ৰাজ্যখনত।