মুখ্য-পৃষ্ঠা

কেৰালাত পানীৰ তলত বিমান বন্দৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি ইমান ভয়াৱহ হৈ পৰিছে যে, ৰাজ্যখনৰ কেবা ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

ইফালে, ধাৰাসাৰ বৰষুণৰ বাবে কোচিন বিমান বন্দৰত সকলো ধৰণৰ বিমানৰ উৰণ বন্ধ কৰি দিয়া হৈছে। বিমান বন্দৰটো সীমাৰ দেৱাল পানীয়ে খহাই নিয়াৰ লগতে ৰাণৱেও পানীৰ তলত ডুব গৈছে।