মুখ্য-পৃষ্ঠা

কাশ্মীৰত সেনাৰ গুলীত নিহত ২সন্ত্ৰাসবাদী…

asomiyapratidin
  • দক্ষিণ কাশ্মীৰৰ অনন্তনাগত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • দুই সন্ত্ৰাসবাদী নিহত সেনাৰ গুলীত।
  • শনিবাৰে নিশা বাঙ্গম এলেকাত এই গুলীয়াগুলি।
  • সন্ত্ৰাসবাদী কেইটা আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল অভিযান।