অশান্তিজৰ্জৰ কাশ্মীৰত পুনৰ সংঘৰ্ষ। দক্ষিণ কাশ্মীৰৰ মৃদুলা ত্ৰালত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষ। অঞ্চলটোত ৩টা সন্ত্ৰাসবাদী আত্মগোপনৰ সন্দেহ। অঞ্চলটোত সেনা-আৰক্ষীৰ অব্যাহত অভিযান।বৰ্তমানৰ লৈকে কোনো হতাহতিৰ খবৰ পোৱা নাই।