- কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াৰ অভব্য আচৰণ।
- জনসভাৰ মাজতে অপদস্থ এগৰাকী মহিলাক।
- দুপাত্তা আচুৰি মহিলাগৰাকীক দিলে ধমক।
- সোমবাৰে মহীশূৰত অনুষ্ঠিত হৈছিল এই জনসভাখন।
- সভাখনত উপস্থিত আছিল প্ৰাক্তম মুখ্যমন্ত্ৰীগৰাকী।
- তাতেই মহিলাগৰাকীৰ ওপৰত হাত তুলিবলৈ উদ্যত হয় তেওঁ।
- মহিলাগৰাকীৰ দুপাত্তা আজুৰি আনিবলৈও চেষ্টা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
- চাওক ভিডিঅ'-