- কৰ্ণাটকত প্ৰতিবাদ কৰা কংগ্ৰেছ নেতাক আটক আৰক্ষীৰ।
- কংগ্ৰেছ নেতা দীনেশ গুন্দু ৰাও, ৰিজৱান আৰ্ছাদ, কে সুৰেশ আৰু সিদ্দাৰমায়াক আটক।
- তেওঁলোকে মুখ্যমন্ত্ৰী কাৰ্যালয় লৈকে সমদয় উলিয়াইছিল।
- বিদৰ ৰাষ্ট্ৰদোহ গোচৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
- আৰক্ষী বিভাগক ৰাজ্যচৰকাৰে নিজ ইচ্ছানুসৰি ব্যৱহাৰ কৰাৰ অভিযোগ।