মুখ্য-পৃষ্ঠা

কেৰালাত ভয়ংকৰ বিস্ফোৰণ, নিহত ৬, আহত ৫

asomiyapratidin
  • দেওবাৰে বাগালকোটৰ মুধোলত সংঘটিত ভয়ংকৰ বিস্ফোৰণ।
  • মুধোলৰ এটা ফেক্টৰীত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণৰ ফলত নিহত হয় ৬জনকৈ লোক।
  • ইফালে, ৫জনকৈ লোক গুৰুতৰভাৱে আহত।
  • ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • আহত আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।