মুখ্য-পৃষ্ঠা

কাৰ্বি লাংপিত ভয়ংকৰ ভূমিস্খলন, বন্ধ বিদ্যুৎ উৎপাদনঃ কামপুৰ, কচুৱা, বৈঠালাংছত প্ৰৱল বান…

asomiyapratidin
  • কাৰ্বি-লাংপী জলবিদ্যুৎ প্ৰকল্পত অঘটন।
  • দেওবাৰৰে পৰা বন্ধ থাকিব বিদ্যুৎ উৎপাদন ।
  • ডেমৰ উচ্চ স্তৰৰ সকলো পানী এৰি দিলে কৰ্তৃপক্ষই ।
  • ডেমৰ বাঁওফালে হোৱা ভূমিস্খলন ৰ বাবেই এই সিদ্ধান্ত কৰ্তৃপক্ষৰ।
  • ৫/৬ দিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ বাবেই হয় এই ভূমিস্খলন ।