- বুধবাৰে কানপুৰ-ভিৱানী কালিন্দী এক্সপ্ৰেছত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ।
- ৰে'লখনৰ জেনেৰেল কোচ্চৰ (দবা) শৌচালয়ত সংঘটিত হয় বিস্ফোৰণ।
- নিশা প্ৰায় ৭.১০ বজাত বিস্ফোৰণ হয় ৰে'লখনত।
- সৌভাগ্যক্ৰমে যাত্ৰীবাহী ৰে'লখনত সংঘটিত এই বিস্ফোৰণত কোনো লোক হতাহত নহয়।
- কিন্তু বিস্ফোৰণ কোনো সংঘটিত কৰিলে সেই সন্দৰ্ভত বৰ্তমানেও জানিব পৰা হোৱা নাই।
- বিস্ফোৰণৰ পিছতেই ৰে'লখনৰ যাত্ৰীসকল শংকিত হৈ পৰে।
চাওঁক বিস্ফোৰণৰ পাছৰ দৃশ্য-