- পুনৰ এবাৰ কান্দাহাৰ বিমান অপহৰণক লৈ সৰৱ ৰাহুল গান্ধী।
- ৰাহুল গান্ধীৰ প্ৰশ্ন- পুলৱামা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড কোন?
- মাছুদ আজাহাৰেই এই কাণ্ডৰ মূল মানুহ।
- এই মাছুদ আজাহাৰক পাকিস্তানলৈ পঠিয়াইছিল বিজেপিয়ে।
- সেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক মুকলি কৰি দিয়াত ভূমিকা আছিল বৰ্তমানৰ নিৰাপত্তা উপদেষ্টাগৰাকীৰ।
- এতিয়া বিজেপিয়ে এই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব-
- কিহৰ কাৰণে আজাহাৰক পাকিস্তানত নি এৰি দিছিলগৈ তেতিয়া?