- কামপুৰত পুনৰ বাল্য বিবাহৰ ঘটনা।
- চাইল্ড লাইন কৰ্তৃপক্ষৰ তত্পৰতাত উদ্ধাৰ এগৰাকী কিশোৰী ।
- কামপুৰ তেতেলিসৰা কলাইখোৱায ১৭ বছৰীয়া কাকলি দাসক কৌশলেৰে বিয়াৰ ব্যৱস্থা কৰিছিল শুকুৰবাৰে।
- কিছুদিন পূৰ্বে একেখন গাৱতে চাইল্ড লাইনে বন্ধ কৰিছিল এখন বাল্য বিবাহ।
- হোজাই জিলাৰ ২নং কাকীৰ বিজিত বনীয়াৰ লগত বিয়াৰ আয়োজন কৰিছিল পৰিকল্পিতভাবে।
- পলোৱাই আনি সংগোপনে দৰাৰ দৰাৰ ঘৰতেই পাতি আছিল বিয়া ।
- বিয়া ৰভাৰ পৰাই উদ্ধাৰ কৰে কাকলী দাসক ।
- বৰ্তমান কাকলী দাসক চাইল্ড লাইন কৰ্তৃপক্ষই হোজাই শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰিছে ।