মুখ্য-পৃষ্ঠা

লকডাউনৰ মাজতে কাছাৰত এজন বাংলাদেশী আটক…

asomiyapratidin
  • কাছাৰত এজন বাংলাদেশী আটক ৷
  • সোণাই থানাই আটক কৰে বাংলাদেশী জনক ৷
  • স্বাধীন বজাৰ পলাৰপাৰ গাৱৰ পৰা আটক ৷
  • দীৰ্ঘদিন দিন ধৰি পৰিচয় গোপন কৰি গাওখনত বাস কৰি আছিল ৷
  • শ্ৰমিক হিচাপে স্বাধীন বজাৰত কাম কৰি আছিল বাংলাদেশী জন ৷
  • গোপন তথ্যৰ ভিত্তিত সোণাই থানাৰ অচি প্ৰনব ডেকাই আটক কৰে বাংলাদেশী জনক ৷
  • ধৃত বাংলাদেশী জনৰ নাম চিহাব উদ্দিন খান ৷
  • বাংলাদেশী জনৰ ঘৰ ছিলেট জিলাৰ জকিগঞ্জৰ আটগ্ৰামত ৷
  • কিছুদিন পুৰ্বে কাটিগৰা- বাংলাদেশ সীমান্তৰে কাছাৰত প্ৰৱেশ কৰিছিল বাংলাদেশী জনে ৷