মুখ্য-পৃষ্ঠা

গুৱাহাটীত কোৰোনাত মৃত্যু হোৱা ইছলামধৰ্মী লোকৰ জানাজা স্থানীয় কবৰ স্থানতে দিয়াৰ সিদ্ধান্ত…

asomiyapratidin
  • গুৱাহাটীৰ সকলো প্রতিষ্ঠিত কবৰস্থান সমন্বয় সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • কোৰোনাত মৃত্যু হোৱা ইছলামধৰ্মী লোকৰ জানাজা স্থানীয় কবৰ স্থানতে দিয়া হ'ব।
  • ধৰ্মীয় ৰীতি-নীতি তথা চৰকাৰী নীতি নিয়ম অনুসৰি জানাজা সম্পন্ন কৰিব পাৰিব।
  • মহানগৰীৰ ৮খন মূল কবৰস্থানে লৈছে এই সিদ্ধান্ত।
  • প্রতিখন কবৰস্থানত PPE KITৰ ব্যৱস্থা কৰিবলৈ প্রশাসনক আহ্বান।