মুখ্য-পৃষ্ঠা

জিঅ টাৱাৰত জুই….

asomiyapratidin
  • নগাঁও জিলাৰ জুৰীয়াত মবাইল টাৱাৰত অগ্নি সংযোগৰ এক ঘটনা সংঘটিত হয় ৷
  • জুৰীয়া কলাডুবাত থকা জিঅ'মবাইল কোম্পানীৰ টাৱাৰটোত কেনেকৈ জুই লাগে জানিব পৰা হোৱা নাই৷
  • জুই লগাত টাৱাৰটোৰ বেটাৰীকে ধৰি যন্ত্ৰাংশৰ ক্ষতি সাধন হয় ৷
  • স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷
  • সন্দেহ কৰা মতে বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷