গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক জগত চন্দ্ৰ নাথ
গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক জগত চন্দ্ৰ নাথ 
মুখ্য-পৃষ্ঠা

উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক

Asomiya Pratidin
  • উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ গাণণিক সহায়ক।

  • গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ৷

  • NPS ৰ টকা মোকলাই দিয়াৰ নামত ৩০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ।

  • গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ গাণণিক সহায়কগৰাকীৰ নাম জগত চন্দ্ৰ নাথ।

  • এগৰাকী শিক্ষকৰ পৰা NPS ৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ বিহপুৰীয়া উপ কোষাগাৰৰ জগত চন্দ্ৰ নাথ।