মুখ্য-পৃষ্ঠা

যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত এখন ৪ চকীয়া বাহন, VIDEO

asomiyapratidin
  • শুকুৰবাৰে পুৱতি নিশা যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত এখন ৪ চকীয়া বাহন।
  • তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল বাহনখন।
  • বাহন খনত যান্ত্ৰিক বিজুতি হোৱাৰ বাবে অগ্নিসংযোগ হোৱাৰ সন্দেহ।
  • যোৰাবাট যান বাহন আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণ ৰূপে জ্বলি যায় বাহন খন।
  • কোনো লোক হতাহত হোৱা নাই
  • ভস্মীভূত বাহনখনৰ নম্বৰ AS-O1-AW 8321