- চানমাৰীৰ NIAৰ আদালতৰ সন্মুখত প্ৰতিবাদ।
- ১৪ দিনৰ ন্যায়িক জিম্মাৰ পিছত অখিল গগৈক হাজিৰ কৰোৱাৰ সময়তে এই প্ৰতিবাদ।
- হিমন্ত লেই লেই চেই চেই, জয় আই অসম আৰু কা বাতিল কৰাৰ দাবী।
- অখিল গগৈক মুক্তি দিয়ক বুলিও ধ্বনি দিয়ে প্ৰতিবাদকাৰীসকলে।
- আদালতত হাজিৰ কৰোৱা সময়ত অখিল গগৈয়ে ক'লে, জয় আই অসম।
- অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ।
- ৰাইজে যি ধৰণেৰে সংগ্ৰাম অব্যাহত ৰাখিছে সেয়া অব্যাহত ৰাখক।
- অসমবাসী ৰাইজে একত্ৰিত হৈ সংগ্ৰাম চলাই নিব লাগিব।