মুখ্য-পৃষ্ঠা

বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে ট্ৰাম্প…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে, তেওঁ জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে। উল্লেখ্য যে, ২০ জানুৱাৰীত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেনে শপত গ্ৰহণ কৰিব।

ইফালে জ' বাইডেনে ট্ৰাম্পৰ এই ঘোষণাক আদৰণি জনাই কয় যে, এয়া ভাল খবৰ। কিয়নো আমাৰ প্ৰায় বিলাক কথাতে মতবিৰোধ আছে। শেহতীয়া ঘটনাাৰাজিক লৈ তেওঁ দেশবাসীৰ ওচৰত লজ্জিত। যাৰবাবে তেওঁ শপতগ্ৰহণ অনুষ্ঠানত অংশ লব খোজা নাই।