মুখ্য-পৃষ্ঠা

ঝাছীত ৰহস্যজনকভাৱে ৰখাই থোৱা যাত্ৰীবাহী ৰেলত অগ্নিকাণ্ড

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে ঝাছী ৰেল ষ্টেচনত সংঘটিত হয় অগ্নিকাণ্ড। ৰখাই থোৱা এখন যাত্ৰীবাহী ৰেলত ৰহস্যজনকভাৱে সংঘটিত এই অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

ইফালে, ৰেলৱেৰ এগৰাকী উচ্চপদস্থ বিষয়াই জনোৱা মতে, ষ্টেচনটোত ৰেলখনৰ দবা কেইনা পুনৰ নিৰ্মাণৰ বাবে ৰখাই থোৱা হৈছিল। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ।