উত্তৰাখণ্ডত তুষাৰপাত।তুষাৰপাতৰ ফলত যান-বাহন চলাচল ব্যাহত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত।ইফালে, তুষাৰপাতৰ ফলত মঙলবাৰে কেদাৰনাথ মন্দিৰলৈ যাব পৰা নাই ভক্ত।মন্দিৰটোৰ চাৰিওফালে বৰফে আগুৰি ধৰাৰ ফলত যাব পৰা নাই ভক্ত।