মুখ্য-পৃষ্ঠা

জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ…

asomiyapratidin
  • জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ।
  • দলৰ পৰা বহিস্কাৰ কৰা হৈছে ২ নেতাক।
  • দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ।
  • তেওঁলোকৰ বিৰুদ্ধে কিছুদিন ধৰি দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ উঠি আহিছিল।
  • তাৰ পিছতে বহিস্কাৰ কৰা হয়।