অসুস্থ মন্ত্ৰী জয়ন্তমল্ল বুৰৱা,  .
অসুস্থ মন্ত্ৰী জয়ন্তমল্ল বুৰৱা, .  
মুখ্য-পৃষ্ঠা

অসুস্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ...

Asomiya Pratidin
  • গুৰুতৰভাৱে অসুস্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

  • বৃহস্পতিবাৰে দলীয় কাম-কাজত ব্যস্ত হৈ থাকোতেই অসহ্য পেটৰ বিষত ভুগে মন্ত্ৰীগৰাকী।

  • ততাতৈয়াকৈ তেওঁক জি এম চি এইচলৈ নিয়া হয়।

  • জি এম চি এইচৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষাত অন্তত তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিবৰ বাবে পৰামৰ্শ প্ৰদান কৰে।

  • সেই অনুসৰি মন্ত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে দিল্লীলৈ।

  • গল্ড ব্লাডাৰ জনিত ৰোগত মন্ত্ৰী বৰুৱা আক্ৰান্ত বুলি জানিব পৰা গৈছে।