মহানগৰীৰ জটীয়াত অঘটন।চলন্ত এম্বুলেঞ্চত ভয়ংকৰ অগ্নিকাণ্ড।ৰোগী লৈ আহি থাকোতেই ৰাজপথত ভয়ংকৰ ঘটনা।চলন্ত অৱস্থাতে শ্বৰ্ট চাৰ্কিট হৈ জ্বলিল এম্বুলেঞ্চ।কথমপি ৰক্ষা পৰিল এম্বুলেঞ্চত থকা ৰোগী।