মুখ্য-পৃষ্ঠা

পাকিস্তানী ড্ৰোণে জন্মু-কাশ্মীৰত নিক্ষেপ কৰিলে গ্ৰেণেড, ৰাসায়নিক পদাৰ্থ…

asomiyapratidin

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ সন্ত্ৰাস সৃষ্টিৰ চেষ্টা। দেশখনৰ ড্ৰোণে জন্মু-কাশ্মীৰত গ্ৰেণেড, আই ই ইডি, পিষ্টল আৰু গোলাবাৰুদ নিক্ষেপ কৰিছে। ইয়াৰ উপৰিও ড্ৰোণৰ জৰিয়তে বিভিন্ন অঞ্চলত ৰাসায়নিক পদাৰ্থও নিক্ষেপ কৰিছে। জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে এই বিষয়ত কয় যে, প্ৰথমবাৰৰ বাবে তৰল ৰূপত থকা ৰাসায়নিক পদাৰ্থ সামগ্ৰীৰ সৈতে প্ৰেৰণ কৰা হৈছিল, আমি ইয়াৰ ব্যৱহাৰ কি আৰু ইয়াৰ কি ক্ষতি হ'ব পাৰে সেয়া অনুসন্ধান কৰি আছো।