মঙলবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।জম্মু-কাশ্মীৰৰ আখনুৰ ছেক্টৰত সংঘটিত হয় সংঘৰ্ষ।সংঘৰ্ষস্থলীৰ পৰা বহু অস্ত্ৰ-অস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ।সমগ্ৰ অঞ্চলটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।