মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ২

asomiyapratidin
  • জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • জম্মু-কাশ্মীৰৰ ছাপনাগ্ৰিত সংঘটিত এই সংঘৰ্ষ।
  • দুই পক্ষৰ সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত।
  • এই ঘটনাত কোনো নিৰাপত্তাৰক্ষীৰ জোৱানৰ হতাহতিৰ খবৰ পোৱা নাই।
  • নিহত সন্ত্ৰাসবাদীদ্বয়ক চিনাক্ত কৰা হৈছে।