মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত পুৱাই তুষাৰপাত, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ চৌদিশে কেৱল বৰফ আৰু বৰফ। শুকুৰবাৰে পুৱাই জম্মু-কাশ্মীৰত তুষাৰপাত আৰম্ভ। সকলো দিশতেই প্ৰকৃতিৰ এক মনমোহা দৃশ্য দেখিবলৈ পোৱা গ'ল জম্মু-কাশ্মীৰত। ৰাস্তাত গাড়ী ৰখাই একাংশই উপভোগ কৰিলে তুষাৰপাত। চাওঁক ভিডিঅ'-