মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত ৩ আৰক্ষীক অপহৰণ সন্ত্ৰাসবাদীৰ, মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • জম্মু-কাশ্মীৰত ৩ আৰক্ষীক অপহৰণ কৰি নি হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে।
  • দক্ষিণ কাশ্মীৰৰ ছুপিয়ান জিলাত এই কাণ্ড।
  • শুকুৰবাৰে পুৱা উদ্ধাৰ হয় তিনিওজন আৰক্ষীৰ মৃতদেহ।
  • বৃহস্পতিবাৰে নিশা অপহৰণ কৰা হৈছিল আৰক্ষী তিনিজনক।
  • জম্মু-কাশ্মীৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই নিশ্চিত কৰিছে এই ঘটনা।