মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা, নিহত ভাৰতীয় সেনা জোৱান

asomiyapratidin
  • পুনৰ সীমান্তত যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ
  • পুৱাই পাকি ৰেঞ্জাৰৰ ধাৰাসাৰ গুলীবৰ্ষণ।
  • কুপৱাৰা জিলাৰ মেচিল ছেক্টৰত যুদ্ধ বিৰতি উলংঘা কৰিলে পাক সেনাই।
  • পাক সেনাৰ গুলীত শ্বহীদ এজন ভাৰতীয় সেনাৰ জোৱান।