মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ১

asomiyapratidin
  • জম্মু-কাশ্মীৰত সেনাই চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত সফলতা।
  • সেনাৰ অভিযানত নিহত হৈছে এটা সন্ত্ৰাসবাদী।
  • হিজবুল মুজাহিদীনৰ আছিল সন্ত্ৰাসবাদীটো।
  • চোপিয়া জিলাত চলাইছিল এই অভিযান।
  • এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষী আৰু সেনাই যুটীয়া ভাৱে চলাইছিল এই অভিযান।