শনিবাৰে জম্মু-কাশ্মীৰত অষ্টম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ।ৰাজ্যখনত নিৰ্বাচন উপলক্ষে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।.ভোটাৰে আহি ভিৰ কৰিছেহি ভোটগ্ৰহণ কেন্দ্ৰসমূহত।নিজ নিজ প্ৰতিনিধিক ভোট দিবলৈ ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ ভোটাৰৰ।