মুখ্য-পৃষ্ঠা

পুৱাই জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন

asomiyapratidin
  • দেওবাৰে পুৱা জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • নৌশ্বেৰা ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।