মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত হিমস্খলনৰ ফলত ৩জনকৈ লোক নিহত

asomiyapratidin
  • জম্মু-কাশ্মীৰত হিমস্খলনৰ ফলত নিহত ৩জনকৈ লোক।
  • শুকুৰবাৰে অনন্তনাগ জিলাৰ পহলগামত সংঘটিত হয় এই কৰুণ ঘটনা।
  • মৃতদেহ কেইটা উদ্ধাৰ কৰি আৰক্ষীয়ে কয়-
  • তিনিওটা মৃতদেহ স্থানীয় হাস্পতালত ৰখা হৈছে।
  • মৃতদেহ কেইটাৰ পৰিয়ালৰ লোক আহিলে তেওঁলোকক গতাই দিয়া হ'ব।