বুধবাৰে জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে।বাৰামুলা অঞ্চলত আৰক্ষীৰ জীপৰ সন্ত্ৰাসবাদীয়ে চলালে এই আক্ৰমণ।আক্ৰমণত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত।ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।