মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ৩ সন্ত্ৰাসবাদী

asomiyapratidin
  • জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী।
  • বাৰামুল্লাত সংঘটিত হৈছিল এই সংঘৰ্ষ।
  • চাৰিটা এ কে ৪৭ ৰাইফল উদ্ধাৰ সংঘৰ্ষস্থলীৰ পৰা।
  • বৰ্তমানো চলি আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।