মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰৰ চিআৰপিএফ কেম্পত সন্ত্ৰাসবাদীৰ গ্ৰেনেড নিক্ষেপ, নিহত এজন জোৱান

asomiyapratidin
  • জম্মু-কাশ্মীৰত গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদী।
  • এটা চিআৰপিএফ কেম্পত গ্ৰেনেড নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে।
  • গ্ৰেনেড বিস্ফোৰণত প্ৰাণ হেৰুৱাই এজন চিআৰপিএফৰ জোৱানে।
  • কাকাপোৰাৰ ৰে'লৱে কলনীত সংঘটিত হয় এই ঘটনা।