- নতুন মিছন সন্দৰ্ভত ইছৰ'ৰ টুইট।
- টুইটাৰযোগে ইছৰ'ই চন্দ্ৰযান-২ সন্দৰ্ভত জনায়-
- চন্দ্ৰযান-২ৰ বাবে প্ৰায় সাজু হৈছে ইছৰ'।
- ৯ জুলাইৰ পৰা ১৬ জুলাইৰ ভিতৰত নিক্ষেপ কৰা হ'ব চন্দ্ৰযান-২।
- ৬ ছেপ্টেম্বৰ, ২০১৯ত চন্দ্ৰত আমাৰ চন্দ্ৰযানখন অৱতৰণ কৰা সম্ভাৱনা।
- GSLVMKIII নামৰ চন্দ্ৰযান-২ য়ে এই লুনাৰ মিছৰৰ বাবে প্ৰয়োজনীয় ৩টা মডিউলছ কঢ়িয়াই নিব।
- সেইকেইটা ক্ৰমে- অৰ্বিটাৰ, লেণ্ডাৰ (বিক্ৰম) আৰু ৰ'ভাৰ (প্ৰজ্ঞান)।