বুধবাৰে ইছৰ'ই মহাকাশলৈ নিক্ষেপ কৰিব নতুন উপগ্ৰহ।কমিউনিকেশ্যন ছেটেলাইট জিএছএলভি-এফ ১১ নামৰ ছেটেলাইটতো নিক্ষেপ কৰা হ'ব।শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেচ চেন্টাৰৰ পৰা নিক্ষেপ কৰা হ'ব ছেটেলাইটতো।