মুখ্য-পৃষ্ঠা

ইৰানত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস, নিহতৰ সংখ্যা ৭৭ জনলৈ বৃদ্ধি

asomiyapratidin
  • ইৰানত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস।
  • ৭৭ জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা।
  • সোমবাৰে ১১ জন লোকৰ পুনৰ মৃত্যু ঘটে কোৰোনা ভাইৰাছৰ সংক্ৰমণত।
  • আহতে কেইবা শতাধিক লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ সংক্ৰমণ।
  • চীনৰ পিচতে ইৰানত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছত।
  • ৰাষ্ট্ৰখনত আবদ্ধ হৈ আছে ৭০ৰো অধিক ভাৰতীয় নাগৰিকো।